ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহুৰ ইতিহাসত এভুমুকি

ঘিলামৰাৰ প্ৰায় প্ৰতিখন গাঁৱতেই হুঁচৰি গোৱা হয় আৰু হুঁচৰি গাই সংগ্ৰহ কৰা ধনেৰে বিভিন্ন ৰাজহুৱা অনুষ্ঠান নিৰ্মাণ কৰি গাওঁ সমূহৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে। এই হুঁচৰিয়ে জাতীয় কৃষ্টিক ধৰি ৰখাৰ লগতে মানুহৰ মাজত একতাৰ এনাজৰি ডাল দৃঢ় কৰি ৰাখিছে।

সবিশেষ পঢ়ক

২২ এপ্ৰিল ২০১৮ ৰ সাংস্কৃতিক সন্ধিয়ালৈ সদৌটিকে আমন্ত্ৰণ জনাইছোঁ

কাৰ্যসূচী

কৃষ্টি ভৱন, ঘিলামৰা
সাংস্কৃতিক সন্ধিয়া
0
0
0
Days
0
0
Hrs
0
0
Min
0
0
Sec

বিভিন্ন জনগোষ্ঠীয় সাজ-পাৰ, বিহুৰ বিভিন্ন বাদ্যযন্ত্ৰ ইত্যাদি সুলভ মূল্যত পাবৰ বাবে আমাৰ ই-বজাৰ চাওক

ই-বজাৰ